জীৱন আছে বাবেই দুখ আছে আৰু দুখ আছে বাবেই সুখৰ মূল্য আছে। সুখৰ মূল্য আছে বাবেই আমিবোৰ সুখৰ প্রতি ধাৱমান হওঁ।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Quotes, Poems, Happiness, Feelings.....
Comments
Post a Comment