শব্দৰ হৈতে খেলি ভালপোৱা মইটোও কেতিয়াবা শব্দহীন হৈ পৰো। শব্দৰ আকাৰ দিবলৈ চেষ্টা কৰা ভাববোৰো ভাপ হৈ উৰা মাৰে। ছবিৰ আকাৰ দিবলৈ চেষ্টা কৰা শব্দবোৰো কেতিয়াবা ছবিহীন হৈ পৰে।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment