এনেকৈ এদিন ৰেলৰে আহি নামিছিলো এখন অচিনাকি ঠাইত, অচিনাকী তুমি জনীক লগ পাবলৈ আৰু আজি সেই অচিনাকী ঠাই খন মোৰ চিনাকী হৈ পৰিল। অচিনাকী তুমি জনীও মোৰ চিনাকী তুমি জনী হৈ পৰিলা।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment