আজিও বুজি নাপাওঁ যিবোৰ মানুহে মোক পাহৰি গল সেইবোৰ মানুহলৈ আজিও অপেক্ষা কিয় ?
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Quotes, Poems, Happiness, Feelings.....
Comments
Post a Comment