শূণ্যতা মোৰ প্রিয়। সেইবাবে কাৰোবাৰ উপস্থিতিও মই শূণ্য কামনা কাৰো আৰু শূণ্য হোৱাৰ বাবেই মোৰ হেৰুৱাৰো ভয় নাই।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment