অভিমানবোৰ কেতিয়াবাই হেৰাই গ'ল। এতিয়া মই সেই অভিমান কৰি থকা ল'ৰাজন হৈ থকা নাই। এতিয়া যে মই এজন দায়িত্বশীল মানুহলৈ পৰিৱৰ্তন হলো। কিন্তু মাজে মাজে সেই অভিমান কৰা ল'ৰাজনৰ অভাৱ অনুভৱ কৰোঁ।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment