জীৱনলৈ অহা প্ৰতিটো সমস্যাই মোক ভিতৰৰ পৰা আৰু অধিক শক্তিশালী কৰি তোলে। জীৱনটোক বহু কথা শিকাই থৈ যায়। জীৱনটোৰ প্ৰতি আৰু অধিক অভিজ্ঞতা বঢ়াই থৈ যায়।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment