আজিও তোমাক পাহৰিব পৰা নাই, আজিও মোৰ মন আৰু মগজুত তুমি বিৰাজ কৰি আছা। তোমাৰ মন আৰু মগজুত মই আছো নে নাই মই নাজানো।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment