সময়ে সকলো কথা শিকাই দিয়ে। যিবোৰ আঘাতৰ বাবে এদিন জীৱনটো কৰবাত ৰৈ গৈছিল আজি সেই আঘাতৰ দাগবোৰেই জীৱনৰ লগত সংগ্ৰাম কৰিবলৈ শক্তি দিয়ে। ভুলবোৰৰ পুনৰাবৃত্তি নকৰিবলৈ আওৰাই দিয়ে।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment