যন্ত্ৰণা November 10, 2018 জীৱনটো কৰবাত ৰৈ গ'ল । কঢ়িয়াই ফুৰিছো কেৱল এটা মৃত দেহ । Share Get link Facebook X Pinterest Email Other Apps Share Get link Facebook X Pinterest Email Other Apps Comments
নষ্টালজিক October 03, 2019 অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো। Read more
ডাক বচন November 03, 2017 ডাক বা ডাক বচন হৈছে অসমীয়া সাহিত্যৰ এক সম্পদ । পূৰ্বতে ডাক বচনসমূহ মৌখিকভাৱে প্ৰচলন আছিল যদিও ষোড়শ-সপ্তদশ শতাব্দীমানত লিপিবদ্ধ হৈছে । ডাক বচন বুলিলে সচৰাচৰ অসমীয়া ভা... Read more
আছে মাথোঁ May 14, 2025 সকলোৱেতো আছে মোৰ সতে । নীৰৱে ৰৈ থকা পাহাৰটো আৰু তাৰ মাজে মাজে নীৰৱতা ভাঙি বৈ অহা নদীখন, আৰু সেউজীয়াৰ মাজত লুকাই কোলাহল কৰি থকা অচিনাকী চৰাইজনী, পাহাৰটোৰ পৰা আহি মনে মনে চুই যোৱা সেমেকা বতাহজাক, বতাহজাকৰ মাজে মাজে মোক নষ্টালজিক কৰা মোৰ প্ৰিয় গানৰ কলিবোৰ, আৰু ওঁঠত জ্বলি থকা মোৰ চিগাৰেটটো। সকলোৱেটো আছে মোৰ সতে। নাই মাথোঁ মোৰ পুৰণি গীটাৰখন আৰু প্ৰিয় তুমিজনি। Read more
Comments
Post a Comment