Skip to main content

Posts

Showing posts from 2017

শিক্ষক

মোৰ জীৱনটোৱেই হৈছে মোৰ প্ৰকৃত  শিক্ষক কাৰণ জীৱনটোৱেই মোক জীৱনৰ প্ৰকৃত শিক্ষা দিছে ।

প্ৰতিদ্বন্দী

আটাইতকৈ বেছি কষ্ট হয়, যেতিয়া নিজৰ লগত নিজে যুদ্ধ কৰিব লগীয়া হয় ।

ডাক বচন

ডাক বা ডাক বচন হৈছে অসমীয়া সাহিত্যৰ এক সম্পদ । পূৰ্বতে ডাক বচনসমূহ মৌখিকভাৱে প্ৰচলন আছিল যদিও ষোড়শ-সপ্তদশ শতাব্দীমানত লিপিবদ্ধ হৈছে । ডাক বচন বুলিলে সচৰাচৰ অসমীয়া ভা...

জীৱন

আশাৰ মৃত্যু হ'লে জীয়াই থকাৰো কোনো অৰ্থ নাথাকে ।

যন্ত্ৰ

সৰুতে যেতিয়া স্কুলৰ বন্ধত আইতাৰ ঘৰলৈ আহো তেতিয়া মনত এটা তৃপ্তি অনুভৱ কৰিছিলো । কিন্তু বৰ্তমান আমি পাহৰি গৈছো সেই আত্মীয় সম্পৰ্কবোৰ । আমিবোৰ ইমানেই যান্ত্ৰিক হৈ পৰিছো ...

সময়

সময় লাগিল সচাঁ । কিন্তু তোমাক বাদ দিও মই জীয়াই থাকিবলৈ শিকি গলো ।

বিচাৰি ফুৰিছো নিজকে । যি দিনা বিচাৰি পাম নিজকে সেইদিনাই অন্ত পৰিব মোৰ যাত্ৰাৰ ।