অধিকাৰ December 01, 2020 লিখিব লৈও আজি ৰৈ গলো। ভাবিছিলোঁ উভতাৰ সময়ত অতীতৰ কথাবোৰ এবাৰ ৰোমন্থন কৰি যাওঁ। ভাবিছিলোঁ মোৰ শব্দত প্ৰাণ উঠক আমাৰ স্মৃতিবোৰ। কিন্তু আজি তোমাক ৰোমন্থন কৰাৰো যে মোৰ অধিকাৰ নাই। Read more