চেষ্টা October 23, 2020 এতিয়াও উজাগৰী নিশা কটাও, পুৰণি সপোনবোৰে কৰবাত আঘাত কৰি থৈ যায় আৰু সেই আঘাতবোৰ মেৰামতি কৰি পুনৰ আগুৱাই যাবলৈ এটা বৃথা চেষ্টা কৰোঁ। Read more
খেল October 01, 2020 মোৰ ভাল পোৱাবোৰ, মোৰ বিশ্বাসবোৰ তোমাৰ বাবে মাথোঁ এটা খেল আছিল। সেইবাবে হয়তো তুমি মোৰ বিশ্বাসৰ লগত খেলি ভাল পাইছিলা। সেইবাবে হয়তো এটা মিছা ভাল পোৱাৰ অভিনয় কৰিছিলা। হয়তো মোৰ ভাল পোৱাতো ইমান শক্তি নাছিল যে এটা মিছা ভাল পোৱাক সঁচা ভাল পোৱালৈ ৰূপান্তৰ কৰিব নোৱাৰিলোঁ। কেতিয়াবা নীৰৱে উপলদ্ধি কাৰো তোমাক ভাল পোৱাটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। Read more