ক'লৈ আহিলোঁ বা ক'লৈ গৈ আছো একো নাজানো। কি কৰি আছো আৰু কি কৰিম সেয়াও নাজানো। আচলতে জনাৰ প্ৰয়োজনও অনুভৱ কৰা নাই, আৰু জানিও কৰিম কি ? কাৰণ উত্তৰবোৰ মোৰবাবে উত্তৰবিহীন একো একোটা প্ৰশ্ন।
Quotes, Poems, Happiness, Feelings.....
Quotes, Poems, Happiness, Feelings.....