বিচ্ছেদ April 30, 2021 আজি বহুত দিনৰ বিৰতিৰ পাছত তুলি লৈছোঁ মোৰ গীটাৰখন আৰু বজাইছো মোৰ এটি প্রিয় গীত । বিচ্ছেদ আৰু বিষাদৰ। যত বাজি উঠিছে তুমি মোক পাহৰি যোৱা এটি গীত। Read more
ৰোমন্থন April 14, 2021 অতীতৰ কথাবোৰ ৰোমন্থন কৰিব লাগে কিন্তু অতীতৰ কথাবোৰৰ মাজত হেৰাই যাব নালাগে। Read more