শূণ্য January 28, 2021 শূণ্যতা মোৰ প্রিয়। সেইবাবে কাৰোবাৰ উপস্থিতিও মই শূণ্য কামনা কাৰো আৰু শূণ্য হোৱাৰ বাবেই মোৰ হেৰুৱাৰো ভয় নাই। Read more
সমাধান January 15, 2021 যি দিনাই আমি আমাৰ সমস্যাবোৰৰ সৈতে মুখা মুখি হবলৈ শিকিম সেই দিনাই সমস্যা সমূহৰ সমাধান ও বিচাৰি পাম। Read more
মই আৰু মোৰ January 07, 2021 অন্ধকাৰ ৰাতি, নিস্তব্ধ পৰিবেশ, মুক্ত আকাশ, মই, মোৰ গীটাৰখন; গীটাৰত মোৰ প্রিয় গানৰ মৃদু সুৰ আৰু ওঁঠত জ্বলি থকা এটা চিগাৰেট। এইয়াইটো মই আৰু মোৰ আধা লিখা জীৱন কাহিনী। Read more
সন্ধান January 07, 2021 খোজবোৰ কেতিয়াবা থমকি যায় ভৱিষ্যতৰ সন্ধানত আৰু মনৰ কথাবোৰ কেতিয়াবা মনতে থমকি যায় শব্দৰ সন্ধানত। Read more