উপস্থিতি May 28, 2020 কেতিয়াবা কেতিয়াবা অনুভৱ হয় সকলো পোৱাৰ পিছতো, সকলো থকাৰ পিছতো যেন মই এটা বৃহৎ ভিৰৰ মাজত অকলে ৰৈ আছো। মোৰ আশে-পাশে অজস্ৰজন ঘূৰি ফুৰিছে, মোৰ উপস্থিতিক আওকাণ কৰি। Read more