Skip to main content

Posts

Showing posts from April, 2019

অভিজ্ঞতা

জীৱনলৈ অহা প্ৰতিটো সমস্যাই মোক ভিতৰৰ পৰা আৰু অধিক শক্তিশালী কৰি তোলে। জীৱনটোক বহু কথা শিকাই থৈ যায়। জীৱনটোৰ প্ৰতি আৰু অধিক অভিজ্ঞতা বঢ়াই থৈ যায়।

ভাল লগা ছোৱালীজনী

মোৰ স্কুলৰ সময়ৰ কথা ষোল্ল বছৰৰ আগৰ কথা, মোৰ স্কুলৰ এজনী ছোৱালীক ভাল লাগি গৈছিল, কিন্তু প্ৰেম নাছিল। আৰু তাৰ পাছৰ বছৰত তাইও আমাৰ স্কুলৰ পৰা আন এখন স্কুললৈ গুচি গৈছিল। আজি ষো...