মই কেতিয়াও তোমাৰ দৰে হব নোৱাৰিলো, মই মোৰ দৰে হলো । বাৰে বাৰে চেষ্টা কৰো তোমাৰ দৰে হবলৈ কিন্তু মই যে মোৰ দৰে হলো ।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment