তোমালৈ January 31, 2018 উভতি অহাৰ সকলো বাট বন্ধ কৰি নিদিবা, নহ'লে কেতিয়াবা উভতিব বিচাৰিলেও কিন্তু বাট বিচাৰি নাপাব । Read more
শব্দবিহীন January 30, 2018 কেতিয়াবা লিখিম বুলি হাতত কলম তুলি লোৱাৰ পাছতো একো লিখিব পৰা নাযায়, হয়তো কিছুমান অনুভূতি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। কেৱল মাত্ৰ অনুভৱহে কৰিব পৰা যায়। Read more
শুধৰণি January 23, 2018 ঘড়ীৰ কাটাৰ বিপৰীত দিশত যাব পৰা হ'লে অতীতৰ বহু ভুলৰ শুধৰণি কৰিলোঁ হয় | Read more